YouVersion Logo
Search Icon

ৰোমীয়া 3:10-12

ৰোমীয়া 3:10-12 IRVASM

এই বিষয়ে লিখাও আছে, “ধাৰ্মিক কোনো নাই; এজনো নাই৷ বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷ সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল; সদাচৰণকাৰী কোনো নাই, এজনো নাই।