সেই দিনবোৰৰ শেষত মই নবূখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল।
“মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ,
আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ;
কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন,
আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।